skip to Main Content

অখিল গগৈৰ মাতৃ অসুস্হ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ গুৰুতৰ ভাৱে অসুস্হ হৈ পৰাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে পুত্ৰ অখিল গগৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা বাবে কাৰাৰুদ্ধ হৈ আছে। বাৰ্ধক্যৰ লগতে জ্বৰ কাঁহ ইত্যাদি ৰোগত দীৰ্ঘ দিনৰ পৰা ভুগি আছিল প্ৰিয়দা গগৈ । সম্প্ৰতি বৃহস্পতিবাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।

Back To Top