The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অগপত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে৷
এইবাৰ সক্ৰিয় ৰাজনীতিত নামিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে৷সেই উদ্দেশ্যৰে অহা কাইলৈ অৰ্থাৎ ১০নৱেম্বৰ তাৰিখে অসম গণ পৰিষদ দলত যোগদান কৰিব প্ৰাক্তন সভাপতি গৰাকীয়ে৷মুলত ২০২১চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যৰে কাইলৈ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে৷