skip to Main Content

অতীত হ’ল মহানগৰীৰ বন্দনা ছবিগৃহ!


অতীত হ’ল মহানগৰীৰ বন্দনা ছবিগৃহ। লকডাউনৰ গ্ৰাসত বন্ধ হ’ল এই ছবিগৃহটো। শ্বত্বাধিকাৰীয়ে ডেৰ বছৰে কৰ্মৰচৰিক দিবপৰা নাছিল দৰমহা । ছবিগৃহ ভাঙি শ্বপিংমল নিৰ্মাণৰ সিদ্ধান্ত শ্বত্বাধিকাৰীৰ । অতিয়াৰপৰা অতীত হৈ ৰ’ব মহানগৰীৰ বন্দনা ছবিগৃহ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top