Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক৷
অহা ২৯ আৰু ৩০ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসুচীৰে ধেমাজিত অনুস্হিত হব অসম প্ৰদেশ বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক৷ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্হিত হবলগা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ দুয়োদিনৰ কাৰ্যসুচীত উপস্থিত থাকিব ক্ৰমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,কেন্দ্ৰীয়মন্ত্ৰী ৰামেশ্বৰ তেলি,সাংসদ ক্ৰমে তপন গগৈ,প্ৰদান বৰুবাকে ধৰি কেবাজনো মন্ত্ৰী বিধায়ক৷