The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অভিজিৎ বৰালৈ ২০২০ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা
যশস্ৰী সাহিত্যিক তথা সাংবাদিক মুনীন বৰকটকীৰ স্মৃতিত আগবঢ়োৱা হয় মুনীন বৰকটকী সাহিত্য বঁটা। মুনীন বৰকটকীৰ স্মাৰক ন্যাসে এইবছৰৰ বাবে এই বঁটা অভিজিৎ বৰালৈ আগবঢ়াইছে। ‘ডেউকা কোবাই যায়’ শীৰ্ষক চুটি গল্প সংকলনৰ বাবে তেওঁক প্ৰদান কৰা হয় এই বঁটা। এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ । অহা বছৰ মাৰ্চ মাহত প্ৰদান কৰা হ’ব এই বঁটা।