skip to Main Content

অসমতো দেৱালীৰ নিষেধাজ্ঞা


অসমত দেৱালীৰ নিষেধাজ্ঞা জাৰি নকৰাৰ পৰিপ্ৰেক্ষিতত সেউজ প্ৰাধিকৰণৰ পুনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা । সেই অনুসৰি ৩০ নৱেম্বৰলৈ গুৱাহাটীত নিষিদ্ধ হ’ব ফটকা আৰু আতচবাজী। ইতিমধ্যে বিভিন্ন ৰাজ্যত প্ৰদান কৰা হৈছে নিষেধাজ্ঞা । কৰুণাৰ বাবে পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে এনে কাৰ্যপন্থা হাতত লোৱা হৈছে।

Back To Top