Oscar winning Hollywood actor and a vocal environmentalist Leonardo DiCaprio has praised the Assam Government…
অসমত ইংলেণ্ডৰ তাৰকা কাজিৰঙা ফুৰিছে কেভিন পিটাৰছনে
এন্. এন্. ব্যুৰ’, ৪মাৰ্চ : কাজিৰঙাত ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছন । কাজিৰঙাত কাৰ্বি খাদ্য সম্ভাৰৰ সোৱাদ ললে পিটাৰছনে । ৪ দিনীয়া কাৰ্যসূচীৰে কাজিৰঙা লৈ আহিছে প্ৰাক্তন ক্ৰিকেটাৰ জন । কলিয়াবৰৰ মহকুমা বিষয়া বিতুপন নেওগৰ আমন্ত্ৰনক্ৰমে জখলাবন্ধা ত পোৰা গাহৰি , বাঁহৰ চুঙাৰ ভাত , পোৰা কুকুৰাৰ মাংস সোৱাদ লয় কেভিন পিটাৰছনে । তথ্য চিত্ৰ নিৰ্মাণৰ বাবে কাজিৰঙাৰ বিভিন্ন অঞ্চল পৰ্য্যবেক্ষণ কৰিব কেভিন পিটাৰছনে ।