A criminal has succumbed to his injuries after facing the heat of angry locals at…
অসমত নিৰ্ভয়া
এন.এন ব্যুৰো,২৮ ফ্ৰেব্ৰুৱাৰীঃ কৰ্ম সংস্কৃতিৰ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ এদল যুৱতীয়ে। গহপুৰৰ ৰাইজৰ মাজত চৰ্চা লৈ আহিছে নিৰ্ভয়া । মহাবিদ্যালয়ত অধ্যয়নৰত গহপুৰৰ একাংশ ছাত্ৰীয়ে অধ্যয়নৰ সমান্তৰালকৈ গঠন কৰিছে এক কেঁটাৰিং গোট। সমগ্ৰ দেশ কপোৱা নিৰ্ভয়া কাণ্ডৰ নিৰ্ভয়াক নাৰী জাতিৰ সাহসৰ প্ৰতীক হিচাপে লৈ গহপুৰৰ ছাত্ৰী সকলে গঠন কৰিছে নিৰ্ভয়া কেঁটাৰি গোট।