skip to Main Content

অসমৰ পৰবৰ্তী মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা।


নিষ্ঠাবান এজন অসমীয়া আমোলা জিষ্ণু বৰুৱাই শনিবাৰে মুখ্য সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।

উল্লেখযোগ্য যে, ১৯৮৮ বেটছৰ অসম মেঘালয় কেডাৰ জিষ্ণু বৰুৱা বৰ্তমান জিষ্ণু বৰুৱা ৰাজ্যৰ গৃহ,ৰাজনীতি,ৰাজহ আদি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত।

Back To Top