The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত
অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।বিৰুবাৰী তিনিআলিস্হিত অসম বধিৰ সন্হাৰ উদ্যোগত নতুনকৈ এখন বিদ্যালয় স্হাপন কৰাৰ প্ৰচেষ্টা কৰিছে।এই বিদ্যালয় খনত থকা সা-সুবিধা সমূহ হৈছে বিনামূলীয়া নামভৰ্তিকৰণ,ছাত্ৰ-ছাত্ৰী নিবাস,ব্যৱহাৰিক,কলা শিক্ষা,সাংস্কৃতিক সা-সুবিধা,সাংকেতিক ভাষাৰ শিক্ষা,বিনামূলীয়া কিতাপ,ৰাজ্যিক ক্ৰিয়াকলাপ,খেল-ধেমালী,যোগ জ্ঞান আৰু এন চি চি।