skip to Main Content

অসম মিজোৰামৰ সীমা বিবাদ অন্তৰ দিশত

অসম মিজোৰামৰ সীমা বিবাহৰ মীমাংসা কৰিবলৈ মিজোৰাম অভিমুখে যাত্ৰা কৰিব এটা দল। অসম সীমা সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মিজোৰাম ভ্ৰমণ কৰিব এটি পাঁচজনীয়া দলে। ৯ আগষ্ট তাৰিখে সীমান্তৰ বিবাদক লৈ অনুষ্ঠিত হ’ব বৈঠক।

Back To Top