The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
অসম শিশু সাহিত্য কোষ উন্মোচন
এন.এন ব্যুৰো,২৯ ফ্ৰেব্ৰুৱাৰীঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে প্ৰকাশ কৰি উলিওৱা ৪১টা খণ্ডৰ অসম শিশু সাহিত্য কোষ গ্ৰন্থখনি আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আৰু অন্য বহু বিশিষ্ট ব্যক্তি। উল্লেখ্য যে ২০০ ৰো অধিক শিশু গ্ৰন্থক সামৰি লৈছে এই গ্ৰন্থখনে।