skip to Main Content

অৰুণোদয়ৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন হ’ব ?

অৰুণোদয়ৰ তালিকাৰ পৰা কৰ্তন হ’ব এচাম লোকৰ নাম। চৰকাৰে গ্ৰহণ কৰিলে এক বিশেষ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা চাৰিচকীয়া গাড়ী আৰু ফ্ৰীজ থকালোকৰ নাম কৰ্তন হ’ব।

Back To Top