skip to Main Content

অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি৷

শনিবাৰে মুম্বাইৰ আদালতত ৰিপাব্লিক TVৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি গ্ৰহন কৰে৷উল্লেখ্য যে যোৱা ৪ তাৰিখে এটা বন্ধ হোৱা গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মুম্বাইৰ আদালতত এই গ্ৰেপ্তাৰ বেআইনী বুলি দাবী কৰি অগ্ৰিম জামিন আৱেদন দাখিল কৰিছিল৷শনিবাৰে আৱেদনৰ ওপৰত শুনানি গ্ৰহন কৰে৷

Back To Top