Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
অৰ্ণৱ গোস্বামীৰ জামিন আৱেদন নাকচ৷
সোমবাৰে পুনৰ জামিন আৱেদন নাকচ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আৱেদন৷যোৱা ৪নৱেম্বৰ তাৰিখে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আৱেদন মুম্বাই আদালতত দাখিল কৰিছিল যদিও আদালতে সোমবাৰে পুনৰ সেয়া নাকচ কৰে৷ফলত মুখ্য সম্পাদক গৰাকীয়ে মুকলি আকাশৰ তললৈ অহাৰ পথ আৰু দিঘলীয়া হৈ পৰিল৷