Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ
যোৱা ৪ নৱেম্বৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছতে দেশযুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আৰম্ভ হৈছিল প্ৰতিবাদ। আৰু বুধবাৰে অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰে উচ্চতম ন্যায়ালয়ে। অৰ্ণৱ গোস্বামীক শীঘ্ৰেই মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ বণ্ডত জামিন দিলে অৰ্ণৱ গোস্বামীক। অৰ্ণৱ গোস্বামীৰ জামিন আবেদন বোম্বে উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল।
আনহাতে ৰিপাব্লিক টিভিৰ বিতৰক শাখাৰ মুৰব্বী হিচাপে কৰ্মৰত ঘনশ্যাম সিঙকো মঙলবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ঘনশ্যাম সিঙে টি আৰ পি কেলেংকাৰীৰ সৈতে ৰিপাব্লিক টিভিক জড়িত কৰোৱাৰ অভিযোগ উঠিছে।