skip to Main Content

আইজলত ৭ দিনৰ বাবে পুনৰ লকডাউন


মিজোৰাম চৰকাৰে ক’ভিডৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ পুনৰ এসপ্তাহ লকডাউন ঘোষণা কৰিছে । উক্ত লকডাউন ২৭ অক্টোবৰ পূৱা ৪ বজাৰ পৰা ৩ নৱেম্বৰলৈকে জাৰি থাকিব। তথ্য অনুসৰি মুখ্য মন্ত্ৰী ঝৰামথাংগাই স্বাস্হ্য বিষয়া , ডাক্টৰ, এনজিঅ’ৰ সৈতে তাৎক্ষণিক আলোচনাৰ দ্বাৰা উক্ত লকডাউন নিৰ্ধাৰণ কৰিছে। এই লকডাউনে ক’ভিড সংক্ৰমণৰ শৃংখলা ভঙাৰ আশাৰে বন্ধ ঘোষণা কৰা হৈছে। সোমবাৰে ঘোষণা কৰা অনুসৰি মিজোৰাম চৰকাৰে ৯ নৱেম্বৰলৈকে ‘covid 19 No Tolerance Fortnight’ অব্যাহত থাকিব।

Back To Top