আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
আগন্তুক নিৰ্বাচনত বিকাশেই বিজেপিৰ মুল ইচ্যু৷
বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএই নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱৰ পিছত দলটোৱে দিল্লীত বিজয় উৎসৱ পালনৰ সময়ত নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে আগন্তুক সকলো নিৰ্বাচনতে বিজেপিয়ে বিকাশৰ বাৰ্তা লৈ আগবাঢ়িব৷এতিয়াৰ পৰা বিজেপিয়ে বিকাশৰ লক্ষ্যৰে দেশবাসীৰ সন্মুখলৈ যাৱ৷বিহাৰ নিৰ্বাচনৰ পিছতে দলটোৱে অধিক উৎসাহিত হোৱা দেখা গৈছে৷