skip to Main Content

আজিৰেপৰা প্ৰযোজ্য হ’ল কঠোৰ নীতি।


আজিৰেপৰা প্ৰযোজ্য হ’ল কঠোৰ নীতি। ১বজাত বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। ২ বজাৰ লগে লগে বলবত হ’ল কাৰ্ফিউ।২বজাৰ পৰা ব্যক্তিৰ চলাফুৰাত নিষেধাজ্ঞা। জৰুৰী কালীন সেৱাৰ বাহিৰে ৰাজপথলৈ ওলাই আহিব নোৱাৰিব কোনো সাধাৰণ লোক।ৰাজপথলৈ ওলাই আহিলে দেখুৱাব লাগিব পৰিচয় পত্ৰ।ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হল এই নীতি নিৰ্দেশনা।

Back To Top