Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
আজিৰে পৰা গুৱাহাটীত বন্ধ ৰেপিডো বাইক সেৱা

এন.এন ব্যুৰো,২২ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটীত আজিৰে পৰা বন্ধ হৈ পৰিল ৰেপিডো সেৱা। ৰাজহ চক্ৰ বিষয়া আৰু দিছপুৰ আৰক্ষীৰ সহযোগত, জোনালীৰ ৰেপিডো কাৰ্যালয়ত পৰিবহণ বিভাগে আজি চলায় এক অভিযান। আৰু অনুজ্ঞা পত্ৰ অবিহনেই বাইক চলাই থকাৰ অভিযোগত ধৰা পৰে ৰেপিডো কৰ্তৃপক্ষ। উল্লেখযোগ্য যে আগতেও বহু বাৰ জাননী দিয়া হৈছিল ৰেপিডোৰ কাৰ্যালয়ত। স্থানীয় থানাত গোচৰ দিয়াৰ পাছতে সেৱা বন্ধ কৰাৰ নিৰ্দেশ পৰিবহণ বিভাগৰ।