The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
আজিৰে পৰা পাঠদান আৰম্ভ
সুদীৰ্ঘ ৭ মাহৰ অন্তত আজিৰে পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান। ক’ভিড প্ৰটকলেৰে পাঠদান চলিব স্কুল, কলেজ, বিশ্ববিদ্যালয়ত। ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত চলিব পাঠদান। সদ্যহতে পঞ্চম শ্ৰেণীৰ পাঠদান বন্ধ ৰখা হৈছে। শিক্ষকৰ ক’ভিড পৰীক্ষাৰ লগতে চাফ চিকুন, চেনিটাইজ কৰা হৈছে বিদ্যালয়ৰ চৌহদ , শ্ৰেণীকোঠা। পাঠদান চলিব যদিও হোষ্টেল বন্ধ থাকিব।