Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
আজি অভিশপ্ত ৩০ অক্টোবৰ
১২ বছৰ পূৰ্বে ২০০৮ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে সংঘটিত কৰা ধাৰাবাহিক বিস্ফোৰণত ৮১জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০জন লোক আহত হৈছিল৷
মহানগৰৰ গণেশগুৰি, কাছাৰী,পাণবজাৰত ক’লা ধোঁৱাৰ মাজত পৰি ৰৈছিল মৃতদেহ,তেজৰ চেকুৰা৷গণেশগুৰিৰ লগতে বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে৷
উল্লেখযোগ্য যে, বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে আজিও দুৰ্বিসহ দিন কটাইছে৷ৰাজ্যবাসীয়ে সুঁৱৰিছে ৰক্তাক্ত দিনৰ দুঃসহ স্মৃতি৷