ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়া আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হয়। দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত সকলো কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ সৈতে বৈঠক মিলিত হয়।তাৰ পাছত আন এখন বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু বিধায়ক সকলে।