skip to Main Content

আজি অসমলৈ নাহে নৰেন্দ্ৰ সিং টোমৰ ।


আজি অসমলৈ নাহে নৰেন্দ্ৰ সিং টোমৰ । শেষ মুহুৰ্তত বাতিল টোমৰৰ অসম ভ্ৰমণ । মুখ্যমন্ত্ৰী সন্দৰ্ভত কথা পাতিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে টোমাৰ অহাৰ কথা আছিল । দিল্লীৰ বিশেষ সূত্ৰ দাবী কৰা মতে টোমাৰৰ সলনি আন এজন পৰ্যবেক্ষক অসমলৈ আহিব।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top