A criminal has succumbed to his injuries after facing the heat of angry locals at…
আজি গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পালন কৰা হয় বিশ্ব কাছ দিৱস
আজি ২৩’মে ২০২২ আৰু আজি হৈছে বিশ্ব কাছ দিৱস। উক্ত দিনটোৰ উপলক্ষে আজি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পালন কৰা হয় বিশ্ব কাছ দিৱস। উৎযাপন স্থলীত উপস্থিত থাকে আঞ্চলিক বন বিষয়া অশ্বিনী কুমাৰৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তি। বিশ্ব কাছ দিৱসৰ লগতে বৰ্তমান সময়ত কাছৰ বিলুপ্তি তথা কাছৰ সংখ্যা হ্ৰাস পোৱাৰ কথাও অৱগত কৰে উক্ত অনুষ্ঠানটিত।