আজি চচলত সদৌ অসম শিক্ষক কৰ্মচাৰী সন্হাৰ অনশন কাৰ্যসূচী March 19, 2022 News Network Assam, Education, Politics সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্হাৰ আহ্বানত সমগ্ৰ অসমৰ ২০১৭-১৮চনৰ বিদ্যালয় প্ৰাদেশীকৃত আইন খনৰ পৰা বাদ পৰা অসমৰ ভেঞ্চাৰ শিক্ষক সকলৰ পদ প্ৰাদেশিকীকৰণৰ দাবীৰে চচলত আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। Share This Tweet Share Share Email News Network Related Posts মুখ্যমন্ত্ৰীক ১লাখ টকা প্ৰদান বোকাজান সমষ্টিৰ বিধায়ক মাননীয় ডা: নোমল মমিনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।… বৃদ্ধি পালে সুৰাৰ দাম অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ… গণেশগুৰিত উদ্ধাৰ হৈছে মৃতদেহ গণেশগুৰিত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ। গণেশমন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো। ব্যক্তিজনৰ বয়স৪০ উৰ্দ্ধৰ হ'ব বুলি…
মুখ্যমন্ত্ৰীক ১লাখ টকা প্ৰদান বোকাজান সমষ্টিৰ বিধায়ক মাননীয় ডা: নোমল মমিনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
বৃদ্ধি পালে সুৰাৰ দাম অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ…
গণেশগুৰিত উদ্ধাৰ হৈছে মৃতদেহ গণেশগুৰিত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ। গণেশমন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো। ব্যক্তিজনৰ বয়স৪০ উৰ্দ্ধৰ হ'ব বুলি…