The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আজি ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ অধ্যক্ষ চাবাব আলমে এখন সংবাদ মেলৰ আয়োজন কৰে
আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ অধ্যক্ষ চাবাব আলমে এখন সংবাদ মেলৰ আয়োজন কৰে।নিবনুৱাক বিত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এগ্ৰ’ এণ্ড লেবাৰ ক’ৰপৰেছনে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কৰ্ম সংস্থাপনৰ সুবিধাৰ্থে নতুন পাঠ্যক্ৰম আৰম্ভ হ’ব।এই পাঠ্যক্ৰম এবছৰীয়া।ইয়াত ছমাহ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়।