The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আজি মাইম জাৰ্নেল নিৰবাকৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়
বিশ্ব মাইম দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় মাইম আলোচনী ‘নিৰবাক’ৰ দ্বিতীয় সংস্কৰণ আজি গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠানতো আয়োজন কৰা হয়। আলোচনীখনৰ বহু প্ৰত্যাশিত দ্বিতীয় সংস্কৰণ মুকলি কৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকে দীপক শৰ্মা, দুলাল ৰয়, ৰোবিজিতা গোগোই, মানবেন্দ্ৰ ৰণহাং চৌধুৰী আৰু অৰ্ঘাদীপ বৰুৱা ।