Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আজি ষষ্ঠ বাৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে
কোৰোনাৰ সংক্ৰমণ কিছু নিম্নগামী হোৱাৰ সময়তে আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। টুইটযোগে তেওঁ কয় যে সন্ধিয়া ৬ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
অৱশ্যে কি বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিব সেই বিষয়ে কোনো কথা উল্লেখ কৰা নাই। কিন্তু দেশৰ ক্ৰমাৎ নিম্নগামী হোৱা কোৰোনা সংক্ৰমণক লৈয়ে দেশবাসীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰাৰ সম্ভাৱনা আছে।