ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ।…
আজি ৰাজীৱ ভৱনত এখনি ‘প্ৰাচীৰ পত্ৰিকা’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে
আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এখনি ‘প্ৰাচীৰ পত্ৰিকা’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।’প্ৰাচীৰ পত্ৰিকা’ উন্মোচনি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিং উপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাকে ধৰি নেতৃবৃন্দ উপস্থিত থাকে।লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া সকলৰ এখন গুৰুত্বপূৰ্ণ সভাও ৰাজীৱ ভৱনত অনুষ্ঠিত কৰে।