skip to Main Content

আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পুনৰ মুকলি

  • Assam

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটীস্হিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো দৰ্শকৰ বাবে পুনৰ মুকলি কৰা হ’ল । যোৱা ১৭ মাৰ্চৰ পৰা প্ৰায় ৯ মাহ ধৰি কৰুণাৰ বাবে বন্ধ হৈ আছিল আঞ্চলিক বিজ্ঞান কেন্দ্ৰ । সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি পুনৰ মুকলি কৰা হৈছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। দৰ্শক সকলে মাস্ক পৰিধান কৰা জৰুৰী বুলি জাননী প্ৰকাশ কৰিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ।

Back To Top