Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
‘আত্মনিৰ্ভৰ ভাৰত’ৰ অংশ হিচাপে নতুন পেকেজ ঘোষণা সীতাৰমণৰ
বৃহস্পতি বাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদমেল যোগে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অংশ হিচাপে এক নতুন পেকেজ ঘোষণা কৰে। ১.৫ লাখ কোটি টকাৰ উদগনিমূলক এই পেকেজ ইপিএফঅ’ত পঞ্জীয়নভূক্ত ১৫ হাজাৰতকৈ কম মাহিলী উপাৰ্জনৰ ব্যক্তিয়ে লাভ কৰিব পাৰিব। দুবছৰ পৰ্যন্ত এই পেকেজৰ সুবিধাসমূহ উপলব্ধ হ’ব বুলি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে।