skip to Main Content

আধাৰৰ সকলো সমস্যা সমাধান এটা ফোনকলৰ জৰিয়তে ।


আধাৰৰ সকলো সমস্যা সমাধান হ’ব এতিয়াৰে পৰা এটা ফোনকলৰ জৰিয়তে । UIDAIএ দেশৰ নাগৰিকৰ বাবে মুকলি কৰিছে এটা হেল্পালাইন নম্বৰ । আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ ঘৰতে সমাধান কৰিব পাৰিব সমস্যা । ১৯৪৭নম্বৰত ফোন কৰি সমাধান কৰিব পাৰিব সমস্যাসমূহ । সমীপৰ আধাৰ কেন্দ্ৰৰ তথ্যও লাভ কৰিব পাৰিব বিলামূলীয়া নম্বৰটোত । এজেন্টৰ সৈতেও কথা পাতিব পাৰিব ফোনযোগে । ফোন কৰিব পৰা সময়সীমা হৈছে সোমবাৰে পুৱা ৭বজাৰ পৰা ১১বজালৈ আৰু দেওবাৰে পুৱা ৮বজাৰ পৰা বিয়লি ৫বজালৈ ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top