
চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে কৈছে যে আগন্তুক এটা দশকত চীনে বিভিন্ন দেশৰ পৰা ২২ লাখ কোটি ডলাৰৰ সামগ্ৰী আমদানি কৰিব। চীনে বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হিচাপে আত্মনিৰ্ভৰশীলতাৰ নীতি গ্ৰহণ কৰিছে যদিও আগন্তুক দশকত বিদেশৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰাত গুৰুত্ব আৰোপ কৰিছে।