skip to Main Content

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেতিক প্ৰাৰ্থী জ’ বাইডেনৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বীতা। ভাৰতীয় সময়মতে আজি নিশা হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ড’নাল্ড ট্ৰাম্পে মিচিগান, আয়বা আৰু আৰু নৰ্থ কোৰিয়াত চলাইছে প্ৰচাৰ । পেঞ্চিলভেনিয়াত প্ৰচাৰ অব্যাহত ৰাখিছে বাইডেনে। এইবাৰ সৰ্বাধিক ব্যয় হৈছে এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত। প্ৰায় ১, ৪০০ কৌটিতকৈও অধিক ব্যয় হৈছে নিৰ্বাচনত। প্ৰাক নিৰ্বাচনী সমীক্ষা মতে বাইডেন ড’নাল্ড ট্ৰাম্পতকৈ আগবাঢ়ি আছে।

Back To Top