skip to Main Content

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক নিৰ্দেশনা দি কয় যে, ছ’চিয়েল মিডিয়াত অক্সিজেন, বিচনা, ঔষধ আদি সন্দৰ্ভত পোষ্ট কৰা কোনো লোকৰ বিৰুদ্ধে তদন্ত নহয়। কোনো চৰকাৰে নাগৰিকৰ দ্বাৰা ছচিয়েল মিডিয়াত দিয়া তথ্যৰ বিৰুদ্ধে তদন্ত কৰিব নোৱাৰিব। লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দি কয় যে- যদি ভুৱা বাতৰি বিয়পোৱা বুলি আখ্যা দিও তদন্ত চলাই তেন্তে ন্যায়ালয়ক অৱমাননা কৰা বুলি ধৰা হ’ব।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top