In a tragic incident a student of class 11 was killed in a hit-and-run accident…
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ পত্ৰ পূৰণ
১ নৱেম্বৰৰ পূৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ পত্ৰ পূৰণ। অহা ৩০ নৱেম্বৰ সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব এই প্ৰক্ৰিয়া । ছাত্ৰ ছাত্ৰীসকলে www.ahsec.nic.in যোগে পূৰণ কৰিব পাৰিব প্ৰ পত্ৰ । ২০২১ ৰ মাৰ্চত অনুষ্ঠিত হ’ব পৰীক্ষা । নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰ পত্ৰ পূৰণ কৰিবলৈ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছে।