skip to Main Content

উত্তপ্ত ত্ৰিপুৰা


মিজোৰামৰ পৰ কেইবাহাজাৰ ব্ৰু শৰণাৰ্থীক ৰাজ্যখনত সংস্থাপন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে উত্তৰ ত্ৰিপুৰা। সান্ধ্য আইন জাৰি কৰা স্বত্বেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাইঅহাত আজি উত্তৰ ত্ৰিপুৰাৰ দলুবাৰী গাঁৱত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত ৩২ হাজাৰ ব্ৰু শৰণাৰ্থীক সংস্থাপনৰ পৰিকল্পনা কৰিছে। ইয়াৰে ৫ হাজাৰক উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰত সংস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে।

Back To Top