
ভাৰতীয় বতৰ বিজ্ঞানৰ মতে অনাগত দিনত উত্তৰ পুৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত৷কভিড১৯ য়ে শাৰদীয় দূৰ্গাপূজা ত বিধিপথালি দিয়াৰ পিছত এইবাৰ বতৰেও পূজাৰ যি আনন্দ সেয়া সমুলাঞ্ছে নোহোৱা কৰিব৷আই এম ডিৰ মতে দক্ষিণ অসম,মেঘালয়,মনিপুৰ,ত্ৰিপুৰা আৰু মিজোৰামত পূজাৰ দিনকেইটাত হব প্ৰৱল বৃষ্টিপাত৷