Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উত্তৰ প্ৰদেশত নিষিদ্ধ আতচবাজী
উত্তৰ প্ৰদেশ চৰকাৰেও ৰাষ্ট্ৰীয় সেউজ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত উত্তৰ প্ৰদেশত নিষিদ্ধ কৰিলে আতচবাজী। ৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ মাজভাগলৈকে এই নিৰ্দেশনা জাৰি থাকিব। বিক্ৰীৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা । সন্ধিয়া ৮ ৰ পৰা ১০ বজালৈ কেৱল সেউজ আতচবাজীহে ব্যৱহাৰ কৰিব পাৰিব উত্তৰ প্ৰদেশৰ নাগৰিকে। উত্তৰ প্ৰদেশ চৰকাৰে স্হানীয় জিলা প্ৰশাসন , আৰক্ষী তথা ৰাইজৰ পূৰ্ণ সহযোগীতা আশা কৰিছে।