Assam Rifles will enhance vigilance along the 510-km stretch of the India-Myanmar border in Mizoram…
উত্সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ।
উত্সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। উত্সৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অফিচাৰক অগ্ৰীম ১০ হাজাৰ টকাকৈ দিয়া হ’ব।
দেশৰ শেহতীয়া আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেল সম্বোধন কৰি কয় যে,”এয়া এটা এককালীন ভাট্টা।ইয়াত কোনো ধৰণৰ সুত নাথাকে।
এই ধন কৰ্মচাৰীসকলে ১০টা কিস্তিত জমা কৰিব পাৰিব।২০২১ৰ মাৰ্চ মাহৰ ৩১ তাৰিখৰ আগত এই ভাট্টা খৰচ কৰিব লাগিব।এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ হ’ব ৪ হাজাৰ কোটি টকা।”