Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উপগ্ৰহ চুক্তি ভংগৰ অভিযোগত ISROৰ
ISRO বাণিজ্যিক শাখা antrix cooperationয়ে ক্ষতিপূৰণ হিচাপে দিব লাগিব ১২০ কোটি আমেৰিকান ডলাৰ । বাংগালুৰুৰ সংস্থা দেভাস মাল্টিমিডিয়াৰ স’তে ২০০৫ ত চুক্তিবদ্ধ হৈছিল antrics a । চুক্তি অনুযায়ী দেভাসক দুটা কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত, উৎক্ষেপন, পৰিচালনাৰ বাবে ৭০ মেগাহাৰ্টজ দিয়া হৈছিল ।
অভিযোগ মতে,২০১১ ত সেই চুক্তি বাতিল কৰে Antrixএ । ইয়াৰ পাছতে Devasয়ে Antrixৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লয়। এই সন্দৰ্ভত আমেৰিকাৰ জিলা ন্যায়ালয়ে ২৭ অক্টোবৰত শুনানি ঘোষণা কৰে যে, Antrixয়ে Devas Multimediaক ১২০ কোটি আমেৰিকান ডলাৰ ক্ষতিপূৰণ দিব লাগিব ।