আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
উপ নিৰ্বাচনটো বিজেপিৰ আধিপত্য৷
উপনিৰ্বাচনৰ ফলাফলটো শাসনাধিষ্ঠিত বিজেপি দলে আধিপত্য বিস্তাৰ কৰিলে৷দেশৰ ১১খন জিলাৰ ৫৯টা বিধানসভা সমষ্টিৰ বাবে ৭নৱেম্বৰত অনুস্থিত হোৱা উপ নিৰ্বাচনতো বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে৷৫৯খন আসনৰ ভিতৰত ৪০টা সমষ্টিত বিশাল জয়লাভ কৰিবলৈ সক্ষম হয়৷গুজৰাটৰ ৮খন আসনতে জয়লাভ কৰাৰ লগতে মহাৰাষ্ট্ৰত ১৯টা সমষ্টিত জয়লাভ কৰে গেৰুৱা দলটোৱে৷