মংগলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে এক বৃহৎ ঘোষণা। অসমীয়া মাধ্যমত মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ…
ওলাল নেকি ক’ৰ’ণাৰ ঔষধ ?
এন.এন ব্যুৰো, ১৭ মাৰ্চঃ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ প্ৰতিৰোধক উদ্ভাৱনৰ গৱেষণা চলাই থকাৰ সময়তে দ্বীপৰাষ্ট্ৰ কিউবাত এই মহামাৰী ভাইৰাছ প্ৰতিৰোধক কেইবাবিধো ঔষধ উদ্ভাবন কৰা বুলি দাবী কৰা গৈছে। লগতে সমাজবাদী ৰাষ্ট্ৰখনে ২২ বিধ ঔষধ উদ্ভাবন কৰি উলিয়াইছে বুলি দেশখনৰ বায়’কিউবা ফাৰ্মা গ্ৰুপৰ মূৰব্বী এদুৱাৰ্দু মৰ্তিনেজে ঘোষণা কৰিছে।