In a tragic incident a student of class 11 was killed in a hit-and-run accident…
কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল৷
সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ২০১৭-১৮বৰ্ষৰ বাজেটক লৈ ক্ষুৰধাৰ সমালোচনা কৰে৷বিশেষকৈ বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক সংবাদমেলত ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে৷তেওঁ কয় যে উক্ত বাজেট আভুৱা ভাৰা বাজেট৷বাজেটত উল্লেখ কৰা এটা প্ৰতিশ্ৰুতিও ৰূপায়ন নকৰিলে মন্ত্ৰী ডঃশৰ্মাৰ লগতে ৰাজ্য চৰকাৰখনে৷