Image Source: Twitter Aamir Khan Productions Assam Chief minister Himanta Biswa Sarma today said that…
কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ’ব বায়োপিক
দেশৰ সৰ্বাধিক জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ’ব এখন ছবি। কৌতুক অভিনেতা কপিল শৰ্মাৰ জীৱনৰ নিৰ্মাণ হ’বলগীয়া বায়োপিকত কাম আগবাঢ়িছে। প্ৰযোজক মহাবীৰ জৈনে শুকুৰবাৰে লাইকা প্ৰডাকচনৰ অধীনত কপিল শৰ্মাৰ জীৱনৰ ওপৰত এখন মনোৰম চলচ্চিত্ৰ নিৰ্মাণৰ কথা উল্লেখ কৰে। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে ‘ফনকাৰ’। ছবিখন পৰিচালনা কৰিব ‘ফুকৰে’খ্যাত মৃঘদীপ সিং লাম্বাই।