skip to Main Content

ক’ভিডত আক্ৰান্ত আনন্দ মিশ্ৰ

ক’ভিডত আক্ৰান্ত হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। মাঘ বিহুৰ পুৱাই আৰক্ষী অধীক্ষক গৰাকীৰ দেহত ধৰা পৰিল কোৰোণাৰ সংক্ৰমণ। দুদিন পূৰ্বে আৰটিপিচিআৰ টেষ্টত ক’ভিড নিগেটিভ পোৱা গৈছিল যদিও মাঘ বিহুৰ পুৱাই পুনৰ আনন্দ মিশ্ৰ  ক’ভিড পজিটিভ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top