skip to Main Content

কভিড১৯ক পৰাজিত স্মৃতি ইৰানীৰ৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুৱলি ইৰানীয়ে পৰাস্ত কৰিলে কভিড১৯ক৷যোৱা ২৮ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কৰোনাৰ স্থিতি ধৰা পৰাৰ পিছত বিগত দিনকেইটা চিকিৎসালয়ত কটাবলগীয়া হৈছিল৷অৱশেষত তেওঁৰ বৃহস্পতিবাৰে কভিডৰ ফলাফল নিগেটিভ অহাত চিকিৎসকে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক ঘৰলৈ যাৱ দিয়ে৷উল্লেখ্য যে দেশত ইতিমধ্যে কেবাজনো মন্ত্ৰী বিধায়ক কৰোনাত আক্ৰান্ত হৈছ৷ইয়াৰে কেবাজনো চিকিৎসালয়ত আছে আৰু আন কেবাজনো সুষ্ঠ হৈ ঘৰলৈ উভতিছে৷

Back To Top