The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত হিমন্তৰ সংবাদমেল
জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত ক’ভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
হিমন্ত বিশ্ব শৰ্মাই কয় যে,” ক’ভিড পজিটিভ ২শতাংশৰ তলত আছে।অসমৰ মানুহ ২৪ ঘণ্টাৰ ভিতৰত বাহিৰলৈ গৈ ঘূৰি আহিলে টেষ্ট কৰিব নালাগে।৭২ ঘণ্টাৰ ভিতৰত অসমত উপস্থিত হোৱা বিমান যাত্ৰীয়ে যদি উঠাৰ আগত টেষ্ট কৰি আহে তেন্তে ক’ভিড টেষ্ট কৰাব নালাগে।