আজি কমনৱেলথ গেমছত পুনৰ জয়লাভ হিমা দাসৰ। ৪x১০০ ৰীলত হিমা দাসৰ জয়লাভ। দেশজুৰি তেখেতক শুভেচ্ছা…
কমনৱেলথত মীৰাবাই চানুৰ স্বৰ্ণ পদক
কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ। মীৰাবাই চানুৱে লাভ কৰে প্ৰথমটো স্বৰ্ণ পদক। ৱেট লিফটিঙত মীৰাবাই চানুৱে লাভ কৰে স্বৰ্ণ পদক।
This Post Has 0 Comments